0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
২২ জানুৱাৰীত ৰাম মন্দিৰ উদ্বোদ্ধনী অনুষ্ঠান । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে মাজত মাথো কেইটামান মুহূৰ্ত। বৃস্পতিবাৰে ৰাম মন্দিৰৰ গৰ্ভগৃহত স্থাপন কৰা হল ৰামলালাৰ প্ৰতিমা। ৫১ ইঞ্চিৰ উচ্চতাৰ শিলৰ এই মূৰ্তি নিৰ্মাণ কৰিছে ভাস্কৰ্য শিল্পী অৰুণ যোঘীৰাজে ।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব