cricket
ল’ৰ্ডছক সাক্ষী কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ দখলৰ দিশে দঃ আফ্ৰিকা
আৰু মাত্ৰ ৬৯ ৰান। এই ৰান সম্পূৰ্ণ কৰিব পাৰিলেই এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ব ল’ৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ড। ক্ৰিকেটৰ সবাতোকৈ সন্মানীয় বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ অষ্ট্ৰেলিয়াৰ মুখৰ আগৰ পৰা বীৰৰ দৰে আজুৰি আনিব পাৰিব দক্ষিণ আফ্ৰিকাই।
ফাইনেলৰ দুৱাৰডলিৰ পৰা বিদায় দক্ষিণ আফ্ৰিকাৰ : নিউজিলেণ্ডৰ ৰোমাঞ্চকৰ জয়