bharat jodo nyay yatra
অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়সূচী প্ৰকাশ
ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অসমৰ ৪ দিনীয়া সময় সূচী প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে । বহু বিতৰ্ক আৰু প্ৰত্যাহ্বান নেওচি ১৮ জানুৱাৰীৰ পৰা শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ।