ৰেষ্টলিং ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, মেৰী কমৰ নেতৃত্বত কমিটী...

ৰেষ্টলিং ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ। ফেডাৰেচনৰ সভাপতি বিজেপি সাংসদ ব্রিজভূষণ চৰণ সিং।

author-image
Asomiya Pratidin
New Update
ৰেষ্টলিং ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, মেৰী কমৰ নেতৃত্বত কমিটী...

ডিজিটেল ডেস্ক: ৰেষ্টলিং ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ। ফেডাৰেচনৰ সভাপতি বিজেপি সাংসদ ব্রিজভূষণ চৰণ সিং।

Advertisment

ইয়াৰ পাছতেই ক্রীড়া মন্ত্রালয়ে গঠন কৰে ৫জনীয়া কমিটী। বক্সিং কিংবদন্তি মেৰী কমৰ নেতৃত্বত কমিটী গঠন। এমাহৰ ভিতৰত ঘটনা সন্দৰ্ভত ক্রীড়া মন্ত্রালয়ত কমিটীয়ে দিব লাগিব প্রতিবেদন।

এই এমাহে কমিটীয়ে চলাব ফেডাৰেচনৰ কাম-কাজ। এই ঘটনা সন্দৰ্ভত প্ৰতিবাদ সাৱ্যস্ত কৰা প্রতিবাদকাৰী মল্লযোদ্ধাৰ সৈতে এক বৈঠকতো মিলিত হয় ক্রীড়া মন্ত্রী অনুৰাগ ঠাকুৰৰ বৈঠক। কেইবালানি বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্রহণ কৰে মন্ত্ৰালয়ে।

আৰু পঢ়ক: ১৪-১৮ বছৰৰ ছোৱালী বিয়া কৰালে যুৱকক বিহা হ'ব শাস্তি: ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত

Mary Kom wrestling federation