LIVE UPDATE টী-২০ বিশ্বকাপ: ভাৰত বনাম ইংলেণ্ড

LIVE UPDATE টী-২০ বিশ্বকাপ: ভাৰত বনাম ইংলেণ্ড

দিনৰ ১.২০ বজাঃ বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে ভাৰত আৰু ইংলেণ্ডৰ মাজত ছেমি ফাইনেল। টছত জিকি ইংলেণ্ডে ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

দিনৰ ১-৩০ বজাঃ ভাৰতৰ হৈ কে এল ৰাহুল আৰু ৰোহিত শৰ্মাই ইনিংছ মুকলি কৰে।

দিনৰ ১-৩৭ বজাঃ কে এল ৰাহুলে ৫ বলত ৫ৰান কৰি পেভিলিয়নমুখী।

দিনৰ ১-৫৫ বজাঃ ৬ অভাৰত ভাৰতৰ ১টা উইকেটৰ বিনিময়ত ৩৮ ৰান।

দিনৰ ২-০৫ বজাঃ ৫৬ ৰানত ২টা উইকেটৰ পতন ভাৰতৰ। ২৭ ৰানত পেভিলিয়নমুখী ৰোহিত।

দিনৰ ২-১৯ বজাঃ ৭৫ ৰানত ৩টা ইউকেটৰ পতন ভাৰতৰ। ১০টা বলত ১৪ ৰান সংগ্ৰহ কৰি পেভিলিয়নমুখী সূৰ্য কুমাৰ যাদৱ।

দিনৰ ২-৩৩ বজাঃ ১৫ অভাৰত ৩ উইকেটৰ বিনিময়ত ভাৰতে ১০০ ৰান সংগ্ৰহ কৰে।

দিনৰ ২-৫০ বজাঃ বিৰাট কোহলিৰ অৰ্ধশতক।৩৯টা বলত ৫০ ৰান কোহলিৰ। অৰ্ধশতক কৰি পেভিলিয়নমুখী বিৰাট।

দিনৰ ২-৫৭ বজাঃ হাৰ্ডিক পাণ্ডিয়াৰ বিস্ফোৰক অৰ্ধশতক। ২৯ বলত ৫২ ৰান অলৰাউণ্ডাৰ গৰাকীৰ। ১৯ অভাৰত ভাৰতৰ ১৫৬ ৰান।

দিনৰ ৩-০২ বজাতঃ ৬ৰান কৰি ৰান আউট ঋষভ পন্ট ।

দিনৰ ৩-০৫ বজাঃ প্ৰথম ইনিংছত নিৰ্ধাৰিত ২০ অভাৰত ভাৰতৰ ৬ উইকেটৰ বিনিময়ত ১৬৮ ৰান।

দিনৰ ৩-২২ বজাঃ দ্বিতীয় ইনিংছত ইংলেণ্ডৰ প্ৰথম অভাৰত ১৩ ৰান সংগ্ৰহ।

দিনৰ ৩-৪৪ বজাঃ ৬ অভাৰত ৬৩ ৰান ইংলেণ্ডৰ।

দিনৰ ৩-৫৭ বজাঃ ৯ অভাৰত ৯১ ৰান ইংলেণ্ডৰ।

দিনৰ ৪-৩১ বজাঃ ১০ উইকেটত জয়লাভ ইংলেণ্ডৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in