তৃতীয় T20 ত নিউজিলেণ্ডৰ বিৰুদ্ধে ১৬৮ ৰানত জয়ী ভাৰত

তৃতীয় T-20ত নিউজিলেণ্ডৰ বিৰুদ্ধে ১৬৮ ৰানত জয়ী টীম ইণ্ডিয়া।
তৃতীয় T20 ত নিউজিলেণ্ডৰ বিৰুদ্ধে ১৬৮ ৰানত জয়ী ভাৰত
  • নিউজিলেণ্ডৰ বিৰুদ্ধে T-20 শৃংখলা দখল ভাৰতৰ।

  • তৃতীয় T-20ত নিউজিলেণ্ডৰ বিৰুদ্ধে ১৬৮ ৰানত জয়ী টীম ইণ্ডিয়া।

  • নিউজিলেণ্ডৰ সন্মুখত ২৩৫ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে।

  • প্রত্যুত্তৰত ৬৬ ৰানতে স্তব্ধ নিউজিলেণ্ডৰ ইনিংছ।

  • ভাৰতৰ হৈ শুভমন গীলে সংগ্রহ কৰে ১২৬ ৰান।

  • মেনদ্যমেচৰ সন্মান শুভমন গীললৈ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in