/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/5c1e1e71-aa30-4185-ab51-923469bc2e45/india_e.jpg)
-
নিউজিলেণ্ডৰ বিৰুদ্ধে T-20 শৃংখলা দখল ভাৰতৰ।
-
তৃতীয় T-20ত নিউজিলেণ্ডৰ বিৰুদ্ধে ১৬৮ ৰানত জয়ী টীম ইণ্ডিয়া।
-
নিউজিলেণ্ডৰ সন্মুখত ২৩৫ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে।
-
প্রত্যুত্তৰত ৬৬ ৰানতে স্তব্ধ নিউজিলেণ্ডৰ ইনিংছ।
-
ভাৰতৰ হৈ শুভমন গীলে সংগ্রহ কৰে ১২৬ ৰান।
-
মেনদ্যমেচৰ সন্মান শুভমন গীললৈ।