এছিয়ান গেমছ : প্ৰথম মেচতে পৰাস্ত অসম সন্তান শিৱ থাপা

এছিয়ান গেমছ : প্ৰথম মেচতে পৰাস্ত অসম সন্তান শিৱ থাপা

author-image
Asomiya Pratidin
New Update
এছিয়ান গেমছ : প্ৰথম মেচতে পৰাস্ত অসম সন্তান শিৱ থাপা

ডিজিটেল ডেস্ক : অসমবাসীৰ বাবে দুঃখবৰ। চীনত চলি থকা এছিয়ান গেমছ ২০২৩ত নিজৰ প্ৰথমখন মেচতে পৰাস্ত হ'ল অসম সন্তান শিৱ থাপা।

Advertisment

৬৩.৫ কে.জি. শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰা শিৱই প্ৰথম মেচতে পৰাস্ত হৈ দেশবাসীৰ লগতে অসমবাসীক আশাহত কৰে। পদকৰ বাবে প্ৰবল দাবীদাৰ আছিল অসম সন্তানগৰাকী।

অভিজ্ঞ শিৱ থাপা ৬৩.৫ কিলোগ্ৰাম শাখাত কিৰগিজস্তানৰ আস্কাত কুলতাইভৰ হাতত পৰাস্ত হয়।

Also Read: মণিপুৰৰ দুই ছাত্ৰৰ মৃত্যুত শোক প্ৰকাশ সাংসদ গৌৰৱ গগৈৰ

shiva thapa Asian Games