/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3d80fc3c-6927-44de-9a91-a291f84aca72/riyan-parag-makes-his-debut-for-india-2024-07-521b20eb32181fb029bda272735f2c07-16x9.webp)
-
হাতত বল লৈ উজলিল ৰিয়ান পৰাগ।
-
আন্তৰ্জাতিক ক্ৰিকেটত ৰিয়ান পৰাগৰ প্ৰথমটো উইকেট দখল।
-
শ্ৰীলংকাৰ বিপক্ষে তেঁওৰ এই সাফল্য লাভ কৰে।
-
শ্ৰীলংকাৰ নিৰ্ভৰযোগ্য বেটছমেন কামিন্দু মেণ্ডিচৰ উইকেট দখল কৰে ৰিয়ানে।
-
মাত্ৰ ১২ ৰান কৰিয়েই ৰিয়ানৰ বলত আউট হয় কামিন্দু মেণ্ডিচ।
-
অৱশ্যে ৫ নম্বৰ বেটিং কৰা ৰিয়ানে মাত্ৰ ৭ ৰান কৰিয়ে বিদায় লয়।
-
ৰিয়ানে ৬টা বলত এটা বাউণ্ডেৰী কোবাই ৭ৰান কৰে।