New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07-31/f8kbz4ob/Lovlina-borgohain.webp)
পেৰিছত অসমীয়াৰ জয়গান।
জয়েৰে অলিম্পিক অভিযান আৰম্ভ লাভলীনা বৰগোহাঁইৰ।
বক্সিঙৰ ৭৫ কেজি শাখাত জয়লাভ অসম কন্যা লাভলীনাৰ।
প্ৰথমখন মেচত দুৰ্দান্ত বিজয় অসম কন্যাৰ।
লাভলীনাৰ হাতত পৰাস্ত নৰৱেৰ প্ৰতিদ্বন্দ্বী ছুনিভা হফষ্টাড।
৯ আগষ্টত ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব লাভলীনা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us