জয়ৰ কাষ চাপিও থমকিল ছানৰাইজাৰ্ছঃ ৰোমাঞ্চকৰ বিজয় কলকাতাৰ

বৰুণ চক্ৰৱৰ্তীৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি জয়ৰ কাষ চাপিও থমকি ৰয়
জয়ৰ কাষ চাপিও থমকিল ছানৰাইজাৰ্ছঃ ৰোমাঞ্চকৰ বিজয় কলকাতাৰ

ডিজিটেল ডেস্কঃ আই পি এলৰ এখন ৰোমাঞ্চকৰ মেচত জয়লাভ কলকাতা নাইট ৰাইডাৰ্ছৰ। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ৪৭ সংখ্যক মেচখনত ঘৰুৱা দল ছানৰাইজাৰ্ছ হায়দৰাবাদক ৫ৰানৰ ব্যৱধানত কলকাতা নাইট ৰাইডাৰ্ছে পৰাস্ত কৰে।

প্ৰথমে টছত জয়ী হৈ কলকাতাই বেট ধৰি ঘৰুৱা দলটোক ১৭২ ৰানৰ লক্ষ্য বান্ধি দিয়ে। প্ৰত্যুত্তৰত হায়দৰাবাদে ৮ উইকেটত ১৬৬ ৰান কৰি পৰাজয়বৰণ কৰে।

উল্লেখ্য যে ঘৰুৱা দলটোৱে শেষৰ অ'ভাৰত বৰুণ চক্ৰৱৰ্তীৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি জয়ৰ কাষ চাপিও থমকি ৰয়।

জয়ৰ কাষ চাপিও থমকিল ছানৰাইজাৰ্ছঃ ৰোমাঞ্চকৰ বিজয় কলকাতাৰ
নলবাৰীত নিষিদ্ধ ড্রাগছসহ এজনক আটক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in