New Update
/asomiyapratidin/media/media_files/2025/05/09/nph2KBziinTTIRGSCDUd.jpg)
- স্থগিত কৰা হৈছে আই পি এল-২০২৫।
 - ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত।
 - আজি অনুষ্ঠিত হোৱাৰ কথা আছিল আৰ চি বি আৰু লক্ষ্ণৌৰ মাজত মেচ।
 - অৱশ্যে আনুষ্ঠানিকভাৱে এতিয়ালৈকে ঘোষণা কৰা এই কথা।
 - ইয়াৰ পূৰ্বে আই পি এলৰ অধ্যক্ষ অৰুণ ধুমলে আজিৰ মেচ অনুষ্ঠিত হোৱাৰ ইংগিত দিছিল।
 - পৰিস্থিতি সলনি হ'লেহে মেচ বাতিলৰ কথা কৈছিল ধুমলে।
 - ইয়াৰ পাছতেই পি টি আইয়ে বি চি চি আইৰ সূত্ৰৰ আধাৰত আই পি এলৰ অৱশিষ্ট মেচ স্থগিত ৰখাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে।
 IPL suspended indefinitely due to India-Pakistan military conflict: BCCI official
— Press Trust of India (@PTI_News) May 9, 2025
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us