IPL: ৮.২৫ কোটি টকাত পঞ্জাৱে কিনিলে শিখৰ ধাৱনক…

IPL: ৮.২৫ কোটি টকাত পঞ্জাৱে কিনিলে শিখৰ ধাৱনক…

author-image
asomiyapratidin
New Update
IPL: ৮.২৫ কোটি টকাত পঞ্জাৱে কিনিলে শিখৰ ধাৱনক…

আজি আই পি এল মেগা নিলামৰ প্ৰথম দিন। খেলুৱৈ সকলৰ বাবে IPL-15 কলৈ নিলামী আৰম্ভ হয়। নিলামৰ প্ৰথম অৱস্থাতেই দেখিবলৈ পোৱা যায় ধামাকা। ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ শিখৰ ধাৱনক পঞ্জাৱে ৮.২৫ কোটি টকাৰ কিনে।

Advertisment

ধাৱনৰ ওপৰতে প্ৰথম নিলামী কৰা হয়।ধাৱানৰ বাবে প্ৰথমে দিল্লী আৰু ৰাজস্থানৰ মাজত দাম দৰ চলি থকাৰ মাজতেই পঞ্জাৱে ৮.২৫ কোটি টকাত কিনে শিখৰ ধাৱনক।

উল্লেখ্য যে, ৪কোটি টকাৰ পৰা আৰম্ভ হয় নিলামী আৰু তাৰপিছতেই ৮.২৫ কোটি টকাত পঞ্জাৱে কিনে। ইয়াৰ পূৰ্বে ধাৱনে মুম্বাই, দিল্লী আৰু হাইদৰাবাদৰ বাবে খেলিছিল।

ipl ipl mega auction 2022 sikhar dhawan