Advertisment

সৰ্বকালৰ অভিলেখ ভংগ কৰিলে পণ্টেঃ শ্ৰেয়াস আয়াৰেও আচৰিত কৰিলে সকলোকে

২৪ নৱেম্বৰত অনুষ্ঠিত হোৱা আই পি এলৰ প্ৰথম দিনৰ নিলামত আশা কৰা ধৰণেই সৰ্ব কালৰ ইতিহাস ভংগ কৰিলে ঋষভ পণ্টে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টেছে পণ্টক অভিলেখ সংখ্যক ২৭ কোটি টকাত ক্ৰয় কৰে।

author-image
Asomiya Pratidin
New Update
আই পি এল নিলাম -২০২৫

ডিজিটেল ডেস্কঃ ২৪ নৱেম্বৰত অনুষ্ঠিত হোৱা আই পি এলৰ প্ৰথম দিনৰ নিলামত আশা কৰা ধৰণেই সৰ্ব কালৰ ইতিহাস ভংগ কৰিলে ঋষভ পণ্টে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টেছে পণ্টক অভিলেখ সংখ্যক ২৭ কোটি টকাত ক্ৰয় কৰে।

Advertisment

সেইদৰে পঞ্জাৱ কিংছেও সকলোকে আচৰিত কৰি কলকাতা নাইট ৰাইডাৰ্ছৰ পূৰ্বৰ অধিনায়ক শ্ৰেয়াছ আয়াৰক ক্ৰয় কৰে ২৬.৭৫ কোটি টকাত। 

আই পি এলৰ ১০ ফ্ৰেঞ্চাইজিৰ মাজত প্ৰথম দিনৰ নিলামত যথেষ্ট প্ৰতিযোগিতাও দেখিবলৈ পোৱা যায়। অৱশ্যে কেইবাটাও ফ্ৰেঞ্চাইজিয়ে প্ৰথম দিনৰ নিলাম পৰ্বত লোৱা ভূমিকাক লৈ আচৰিতো হৈ পৰিছে অনুৰাগীসকল। বিশেষকৈ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ ভূমিকাক লৈ অসন্তুষ্ট অনুৰাগী।

প্ৰথম দিনৰ নিলামত মুঠ ৮৪ জন ক্ৰিকেটাৰ নিলামত উঠিছিল। তাৰ মাজতে ডেভিড ৱাৰ্নাৰ, পীযুষ চাওলাৰ দৰে বহু তাৰকা ক্ৰিকেটাৰ আনছল্ড হৈ ৰয়। 

কলকাতা নাইট ৰাইডাৰ্ছ

  • ভেঙ্কটেশ আয়াৰ (২৩.৭৫ কোটি টকা)
  • এনৰিখ নোকিয়ে (৬৫ কোটি টকা)
  • কুইন্টন ডি কক (3.6 কোটি টকা)
  • অঙ্গকৃশ ৰঘুবংশী (৩ কোটি টকা)
  • ৰহমানউল্লাহ গুৰবাজ (২ কোটি টকা)
  • বৈভৱ অৰোৰা (১.৮ কোটি টকা)
  • মায়াংক মাৰ্কান্দে (৩০ লাখ টকা)

 চেন্নাই ছুপাৰ কিংছ

  • নুৰ আহমেদ (১০ কোটি টকা)
  • ৰবিচন্দ্ৰন অশ্বিন (৯ কোটি ৭৫ লাখ টকা)
  • ডেভন কনৱে (৬ কোটি ২৫ লাখ টকা)
  • খলিল আহমেদ (৪ কোটি ৮০ লাখ টকা)
  • ৰাচীন ৰবীন্দ্ৰ (৪ কোটি টকা)
  • ৰাহুল ত্রিপাঠি (৩ কোটি ৪০ লাখ টকা)
  • বিজয় শংকৰ (১ কোটি ২০ লাখ টকা)

 ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

  • জস হেজেলউড (১২ কোটি ৫০ লাখ টকা)
  • ফিল সল্ট (১১ কোটি ৫০ লাখ টকা)
  • জিতেশ শর্মা (১১ কোটি টকা)
  • লিয়াম লিভিংস্টোন (৮ কোটি ৭৫ লাখ টকা)
  • ৰাছিখ দাৰ (৬ কোটি টকা)
  • সুযশ শর্মা (২ কোটি ৬০ লাখ টকা)

 দিল্লী কেপিটেলছ

  • কে এল ৰাহুল (১৪ কোটি টাকা)
  • মিচেল স্টার্ক (১১ কোটি ৭৫ লাখ টকা)
  • টি নটৰাজন (১০ কোটি ৭৫ লাখ টকা)
  • জ্যাক ফ্রেজাৰ-ম্যাকগার্ক (৯ কোটি টকা)
  • হেৰি ব্রুক (৬ কোটি ২৫ লাখ টকা)
  • আশুতোষ শর্মা (৩ কোটি ৮০ লাখ টকা)
  • মোহিত শর্মা (২ কোটি ২০ লাখ টাকা)
  • সমীর ৰিজভি (৯৫ লাখ টকা)
  • কৰুণ নায়াৰ (৫০ লাখ টকা)

 মুম্বাই ইণ্ডিয়ানছ

  • ট্রেন্ট বোল্ট (১২ কোটি ৫০ লাখ টকা)
  • নমন ধীৰ (৫ কোটি ২৫ লাখ টকা)
  • ৰবিন মিনজ (৬৫ লাখ টকা)
  • কর্ণ শর্মা (৫০ লাখ টকা) 

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ

  • ঋষভ পণ্ট (২৭ কোটি টকা)
  • আবেশ খান (৯ কোটি ৭৫ লাখ টকা)
  • ডেভিড মিলাৰ (৭ কোটি ৫০ লাখ টকা)
  • আব্দুল সামাদ (৪ কোটি লাখ টকা)
  • মিচেল মাৰ্ছ (৩ কোটি ৪০ লাখ টকা)
  • এডেন মার্কৰাম (২ কোটি টকা)
  • আৰিয়ান জুৱেল (৩০ লাখ টকা)

 ছানৰাইজাৰ্ছ হায়দৰাবাদ

  • ঈশান কিশান (১১ কোটি ২৫ লাখ টকা)
  • মহম্মদ ছামি (১০ কোটি টকা)
  • হার্ষল পাটেল (৮ কোটি টকা)
  • অভিনব মনোহৰ (৩ কোটি ২০ লাখ টকা)
  • ৰাহুল চহাৰ (৩ কোটি ২০ লাখ টকা)
  • অ্যাডাম জাম্পা (২ কোটি ৪০ লাখ টকা)
  • ছিমৰজিত সিং(১ কোটি ৫০ লাখ টকা)
  • অথর্ব তাইৰে (৩০ লাখ টকা)

ৰাজস্থান ৰয়েলছ 

  • জফ্রা আর্চাৰ (১২ কোটি ৫০ লাখ টকা)
  • ৱায়নিন্দু হাছৰঙ্গা (৫ কোটি ২৫ লাখ টকা)
  • মাহিছ থিকছানা (৪ কোটি ৪০ লাখ টকা)
  • আকাশ মাধোৱাল (১ কোটি ২০ লাখ টকা)
  • কুমাৰ কার্তিকে (৩০ লাখ টকা)

 গুজৰাট টাইটানছ 

  • জছ বাটলাৰ (১৫ কোটি ৭৫ লাখ টকা)
  • মহম্মদ ছিৰাজ (১২ কোটি ২৫ লাখ টকা)
  • কাগিসো ৰাবাডা (১০ কোটি ৭৫ লাখ টকা)
  • প্রসিদ্ধ কৃষ্ণ (৯ কোটি ৫০ লাখ টকা)
  • মহীপাল লোমৰোৰ (১ কোটি ৭০ লাখ টকা)
  • কুমাৰ কুশাগ্র (৬৫ লাখ টকা)
  • মানব ছুতাৰ (৩০ লাখ টকা)
  • অনুজ ৰাৱাট (৩০ লাখ টকা)
  • নিশান্ত সিন্ধু (৩০ লাখ টকা)

 পঞ্জাব কিংছ

  • শ্রেয়াস আয়াৰ (২৬ কোটি ৭৫ লাখ টকা)
  • যুজবেন্দ্র চহাল (১৮ কোটি টকা)
  • অৰ্শদীপ সিং (১৮ কোটি টকা)
  • মার্কাছ স্টোইনিছ (১১ কোটি টকা)
  • নেহাল ৱাদেৰা (৪ কোটি ২০ লাখ টকা)
  • গ্লেন মেক্সৱেল (৪ কোটি ২০ লাখ টকা)
  • বিশাখ বিজয় কুমাৰ (১ কোটি ৮০ লাখ টকা)
  • য়শ ঠাকুৰ (১ কোটি ৬০ লাখ টকা)
  • হৰপ্রীত ব্রাৰ (১ কোটি ৫০ লাখ টকা)
  • বিষ্ণু বিনোদ (৯৫ লাখ টকা)
ক্ৰিকেট ipl ঋষভ পণ্ট