জুনিয়ৰ এছিয়া কাপলৈ ভাৰতীয় হকী দল ঘোষণা

উত্তম সিঙৰ নেতৃত্বত ভাৰতীয় পুৰুষ হকী দলটো ঘোষণা কৰা হয়
জুনিয়ৰ এছিয়া কাপলৈ ভাৰতীয় হকী দল ঘোষণা

ডিজিটেল ডেস্কঃ সমাগত জুনিয়ৰ এছিয়া কাপ প্ৰতিযোগিতালৈ বুলি সাজু ভাৰতীয় পুৰুষ হকী দল। অহা ২৩ মে'ৰ পৰা ১জুনলৈ ওমানত অনুষ্ঠিত হ'ব জুনিয়ৰ এছিয়া কাপ প্ৰতিযোগিতা।

বৃহস্পতিবাৰে ওমান অভিমুখী পুৰুষৰ ১৮ জনীয়া ভাৰতীয় দলটো ঘোষণা কৰে। উত্তম সিঙৰ নেতৃত্বত ভাৰতীয় পুৰুষ হকী দলটো ঘোষণা কৰা হয়।

ঘোষিত দলটো- উত্তম সিঙ (অধিনায়ক),ববী সিঙ (সহ অধিনায়ক), মোহিত,এইচ এছ,হিমৱান চিহাগ,সাৰদানন্দ তিৱাৰী,ৰোহিত,অমনদীপ লক্ৰা,আমিৰ আলী,যোগেম্বাৰ ৰাৱাট,বিষ্ণুকান্ত সিঙ,ৰাজেন্দৰ সিঙ,পুভান্না চিবি,অমনদীপ, সুনীত লাক্ৰা,আৰাইজিৎ সিঙ হুণ্ডাল,সুদীপ চিৰমাকো আৰু অঙ্গদ বীৰ সিঙ।

জুনিয়ৰ এছিয়া কাপলৈ ভাৰতীয় হকী দল ঘোষণা
স্বাভিমানী অসমীয়াৰ সৃষ্টি আৰু কৃষ্টিৰ প্ৰাণকেন্দ্ৰ হৈ পৰা কাজিৰঙাৰ কঠিয়াতলী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in