New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/cricket.jpg)
- ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা জয় ভাৰতৰ।
- মানচেষ্টাৰৰ তৃতীয় এদিনীয়াত ৫ উইকেটত জয় ভাৰত।
- ঋষভ পণ্টে সংগ্রহ কৰিলে এদিনীয়া ক্রিকেটত প্রথমটো শতৰান।
- ১২৫ ৰানৰ অপৰাজিত ইনিংছ ঋষভ পণ্টৰ।
- জয়ৰ বাবে ২৬০ ৰানৰ লক্ষ্য বান্ধি দিছিল ইংলেণ্ডে।
- ২-১ৰ ব্যৱধানত শৃংখলা জয় ভাৰতৰ।