২৯ ছেপ্টেম্বৰত গুৱাহাটীলৈ ভাৰত-দক্ষিণ আফ্রিকাৰ ক্ৰিকেট দল

২৯ ছেপ্টেম্বৰত গুৱাহাটীত উপস্থিত হ’ব ভাৰত-দক্ষিণ আফ্রিকাৰ দল।

author-image
Asomiya Pratidin
New Update
২৯ ছেপ্টেম্বৰত গুৱাহাটীলৈ ভাৰত-দক্ষিণ আফ্রিকাৰ ক্ৰিকেট দল

ডিজিটেল ডেস্ক: ২৯ ছেপ্টেম্বৰত গুৱাহাটীত উপস্থিত হ’ব ভাৰত-দক্ষিণ আফ্রিকাৰ দল।প্রথমে উপস্থিত হ’ব ভাৰতীয় ক্রিকেট দল,তাৰ পিছতে উপস্থিত হ’ব দক্ষিণ আফ্রিকা ক্রিকেট দল। এই কথা জনাই অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই।

Advertisment

তেওঁ কয় যে দুয়োটা দল পৃথকে পৃথকে বিশেষ বিমানযোগে উপস্থিত হ’ব বৰঝাৰ বিমান বন্দৰত। বিমানবন্দৰৰ পৰা হোটেল ৰেডিশ্যন ব্লু লৈ যাব দুয়োট দল।

৩ অক্টোবৰত গুৱাহাটীৰ পৰা উভতি যাব ভাৰত-দক্ষিণ আফ্রিকাৰ দল। ৩০ ছেপ্টেম্বৰত বৰ্ষাপাৰাত দুয়োটা দলে চলাব অনুশীলন।BCCIৰ পৰা সম্পূৰ্ণ সূচী লাভ কৰিছে অসম ক্রিকেট সন্থাই।

south africa india