গুৱাহাটী! উপভোগ কৰা মোৰ খেল: সূৰ্য কুমাৰ যাদৱ

বৰ্ষাপাৰত ক্ৰিকেটৰ যাদু

author-image
Asomiya Pratidin
New Update
গুৱাহাটী!  উপভোগ কৰা মোৰ খেল: সূৰ্য কুমাৰ যাদৱ

surya kumar yadav

ডিজিটেল ডেস্ক: কে এল ৰাহুলৰ আউট হোৱাৰ পাছত ক্ৰীজলৈ আহিছিল সূৰ্য কুমাৰ যাদৱ। আহিয়েই বুজাই দিছিল তেওঁৰ বেটৰ পৰা অগ্নি বৰষিব। প্ৰতিজন বলাৰকে কেৱল কোবাই গৈছিল যাদৱে।

বৰ্ষাপাৰত সেই বিক্ৰমশালী বেটিঙৰ সাক্ষী হৈছিল হাজাৰ হাজাৰ দৰ্শক। কোনে পাহৰিব পাৰে যাদৱৰ সেই বেটিং। ১৮টা বলত ৫৪ ৰাণ সম্পূৰ্ণ কৰিলে সূৰ্য কুমাৰ যাদৱে। সেই সময়ত টীম ইণ্ডিয়াৰ স্কোৰ আছিল ১৬ অভাৰত ১৭৮ ৰাণ।

IND VS SA south africa india surya kumar yadav