ক্রীড়া-জগত মুখ্য-পৃষ্ঠা ফিফাই কৰিলে নিলম্বন, ভাৰতে অংশ ল’ব নোৱাৰিব মহিলা বিশ্বকাপত… ফিফাই কৰিলে নিলম্বন, ভাৰতে অংশ ল’ব নোৱাৰিব মহিলা বিশ্বকাপত… asomiyapratidin 16 Aug 2022 07:53 IST Follow UsNew Updateফিফাই নিলম্বন কৰিলে ভাৰতীয় ফুটবল ফেডাৰেচনক।ফিফাৰ নীতি-নিয়ম উলংঘা কৰাৰ অপৰাধত নিলম্বন।তাত্ক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বনৰ সিদ্ধান্ত।ভাৰতে অংশ ল'ব নোৱাৰিব ১৭ বছৰ অনূৰ্ধ্ব মহিলা বিশ্বকাপত FIFA All India Football Federationআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক