চেন্নাই চুপাৰ কিংছৰ হাতত পৰাস্ত দিল্লী কেপিটেলছ

চেন্নাই চুপাৰ কিংছৰ হাতত পৰাস্ত দিল্লী কেপিটেলছ

ডিজিটেল ডেস্কঃ দিনে দিনে ৰোমাঞ্চকৰ হৈ উঠিছে আই পি এলৰ মেচসমূহ। বুধবাৰে অনুষ্ঠিত এখন মেচত দিল্লী কেপিটেলছক ২৭ ৰানৰ ব্যৱধানত পৰাস্ত কৰে মহেন্দ্ৰ সিঙ ধোনী নেতৃত্বাধীন চেন্নাই চুপাৰ কিংছে।

প্ৰথমে বেট ধৰি চেন্নাইয়ে ৮ উইকেটৰ বিনিয়মত ১৬৭ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত প্ৰতিপক্ষ দিল্লীয়ে জয়ৰ লক্ষ্যলৈ খেলপথাৰত নামি নিৰ্ধাৰিত অভাৰত ৮ উইকেটৰ বিনিময়ত ১৪০ ৰান কৰি পৰাজয়বৰণ কৰে।

চেন্নাই চুপাৰ কিংছৰ হাতত পৰাস্ত দিল্লী কেপিটেলছ
ইলোৰা বিজ্ঞান মঞ্চই আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in