বুধবাৰে ৩ খন এদিনীয়া শৃংখলাৰ অন্তিম খন গ’ল অষ্ট্ৰেলিয়াৰ দখললৈ ...

বুধবাৰে ৩ খন এদিনীয়া শৃংখলাৰ অন্তিম খন গ’ল অষ্ট্ৰেলিয়াৰ দখললৈ । অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰিছে ২১ ৰাণত

author-image
Asomiya Pratidin
New Update
বুধবাৰে ৩ খন এদিনীয়া শৃংখলাৰ অন্তিম খন গ’ল অষ্ট্ৰেলিয়াৰ দখললৈ ...

  • বুধবাৰে ৩ খন এদিনীয়া শৃংখলাৰ অন্তিম খন গ’ল অষ্ট্ৰেলিয়াৰ দখললৈ ।

  • অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰিছে ২১ ৰাণত ।

  • টছত জয়ী হৈ অষ্ট্ৰেলিয়াই প্ৰথমেই বেটিংৰ সিদ্ধান্ত লৈছিল ।

  • অষ্ট্ৰেলিয়াই সংগ্ৰহ কৰে ২৬৯ ৰাণ ৷

  • ৪৯ অভাৰৰ শৃংখলাত আটাইকেইটৈা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াই ৷

  • ভাৰতীয় দলটোৱে ২৪৮ ৰাণত পৰাজয় বৰণ কৰে ৷

Advertisment

Also Read: বিভিএফচিএলৰ উৎপাদন সঞ্চালক  হিচাপে নিযুক্তি প্ৰদীপ কুমাৰ বানিকক...

#odi #crikect