/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/a3211020-dae4-4430-bbbb-43572f7fd2dd/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল ডেস্কঃ সোমবাৰে অনুষ্ঠিত এছিয়া কাপৰ লীগ পৰ্বৰ পঞ্চমখন মেচত ভাৰতৰ জয় লাভ। ভাৰত আৰু নেপালৰ মুখামুখী খেলখনত ভাৰতে ১০ উইকেটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে।
উল্লেখ্য যে, শ্ৰীলংকাৰ এটা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতে প্ৰথম বেটিং কৰি নেপালক ১৪৫ ৰাণৰ সীমা বান্ধি দিয়ে। এই লক্ষ ভেদ কৰিবলৈ নেপাল বাহিনীয়ে চেষ্টা চলাই ১০ উইকেটত পৰাজয় বৰণ কৰে। খেল সম্পৰ্ণ হ'বলৈ ১৭ টা বল বাকী থাকোতেই পৰাজয় স্বীকাৰ কৰিব লগীয়া হয় নেপাল বাহিনীয়ে।
Also Read: পবিতৰা অভয়াৰণ্যত উদ্ধাৰ গড়ৰ মৃতদেহ