New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/64ecf9c4-1708-4b16-ba29-4c3d2da49ee3/srilanka.jpg)
এছিয়া কাপ
শ্রীলংকাৰ বিৰুদ্ধে এছিয়া কাপত ভাৰতৰ পৰাজয়।
ছুপাৰ ফ’ৰৰ দ্বিতীয়খন খেলত ৬ উইকেট পৰাস্ত ভাৰত।
প্রথমে বেট ধৰি ২০ অভাৰত ভাৰতে সংগ্রহ কৰিছিল ১৭৩ ৰাণ।
প্রত্যুত্তৰত ৪ উইকেট হেৰুৱাই নিৰ্ধাৰিত ৰাণ সংগ্রহ শ্রীলংকাৰ।