১৫ সংখ্যক দক্ষিণ এছিয়া কাপত উজ্বলিল অসম...

আটাইকেইগৰাকী খেলুৱৈ ডাকৰঘাট যোগ বিদ্যালয়ৰ বুলি জানিব পৰা গৈছে । অঞ্জন কৌশিক শৰ্মাই প্ৰশিক্ষক হিচাপে দলটোৰ এই সাফল্যত গৌৰৱ অনুভৱ কৰা বুলি প্ৰকাশ কৰিছে।

author-image
Asomiya Pratidin
New Update
1
  • নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত ১৫ সংখ্যক দক্ষিণ এছিয়া কাপত অসম দলৰ সাফল্য
  • ৫টা সোনৰ পদক আৰু এটা ৰূপৰ পদক লাভ দলটোৰ
  • তিতিক্ষা মধুকল্যৰ Champion of the champions আৰু জোস্মিতা শইকীয়াৰ Runners up অৰ্জন
  • সোনৰ পদক অৰ্জন শুভাশ্ৰী বৰা, দৃষ্টি বৰা, প্ৰিয়দৰ্শিনী বৰুৱাৰ
  • পৰম্পৰাগত যোগা চেম্পিয়নত ৰূপৰ পদক লাভ সমৰজ্যোতি বৰাৰ
  • খেলুৱৈসকল ডাকৰঘাট যোগ বিদ্যালয়ৰ
  • প্ৰশিক্ষক হিচাপে দলটোৰ সাফল্যত গৌৰাম্বিত অঞ্জন কৌশিক শৰ্মা
নেপাল