চামগুৰিৰ সোণাৰিবালি আৰু নগাঁৱৰ পুৰণিগুদামত আৰক্ষীৰ অভিযান

উজনি অসমৰ পৰা গৰুকেইটা সৰবৰাহৰ চেষ্টা কৰিছিল দুষ্ট চক্ৰই। আৰক্ষীয়ে অভিযানত দুজনকৈ লোককো আটক কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  চোৰাং গৰুৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰতিটো প্ৰান্তত  আৰক্ষীয়ে  আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। চামগুৰিৰ সোণাৰিবালি আৰু নগাঁৱৰ পুৰণিগুদামত আৰক্ষীৰ অভিযান। অভিযানত জব্দ দুখনকৈ গৰু ভৰ্তি কন্টেনাৰ।

উজনি অসমৰ পৰা গৰুকেইটা সৰবৰাহৰ চেষ্টা কৰিছিল দুষ্ট চক্ৰই। ইপিনে আৰক্ষীৰ অভিযানত জব্দ AS25EC0383 আৰু MH12LT9973নম্বৰৰ দুখন কন্টেনাৰ। আৰক্ষীয়ে অভিযানত দুজনকৈ লোককো আটক কৰিবলৈ সক্ষম হয়।

চামগুৰি