ডিব্ৰুগড়ৰ মৰাণত তেল টেংকাৰ, ইণ্ডিকা আৰু বাইকৰ মাজত দুৰ্ঘটনা…

ডিব্ৰুগড়ৰ মৰাণত তেল টেংকাৰ, ইণ্ডিকা আৰু বাইকৰ মাজত দুৰ্ঘটনা…
  • ডিব্রুগড়ৰ মৰাণত পথ দুৰ্ঘটনা।
  • মৰাণৰ নতুন নগৰত ৩৭নং ৰাষ্ট্রীয় ঘাইপথত এই দুৰ্ঘটনা।
  • তেল টেংকাৰ, ইণ্ডিকা বাহন আৰু বাইকৰ মাজত সংঘৰ্ষ।
  • দুৰ্ঘটনাটোত কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে।
  • গুৰুতৰভাৱে আহত বাইক আৰোহী বিনয় ফুকন।
  • বিনয় ফুকন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ক্লিক কৰি পঢ়কঃ কাষ চাপি আহিছে 'আপ'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in