সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা…
- ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদমেল।
- চৰকাৰে আগতীয়াকৈ মথাউৰি মেৰামতিৰ কাম নকৰিলে।
- এতিয়া বানপানীৰ ফলত ৰাইজ ক্ষতিগ্রস্ত হৈছে।
- বানাক্রান্তক সাহায্য দিয়াতো ব্যৰ্থ হৈছে বিজেপি চৰকাৰ।
- কোটি টকা খৰচ কৰি বিজ্ঞাপন দিবলৈ চৰকাৰৰ টকা আছে।
- বৰ্ষপূৰ্তি পাতিবলৈ টকা আছে, কিন্তু সাহায্য দিবলৈহে টকা নাই।
- ডিমা হাচাওত আবদ্ধ লোকক উদ্ধাৰৰ বাবে উপযুক্ত ব্যৱস্থা ল’ব পৰা নাই।
- এজনো কেন্দ্রীয় মন্ত্রী ডিমা হাচাও পৰিদৰ্শন কৰিবলৈ অহা নাই।
- অসমক এখন ভিক্ষাৰী ৰাজ্যলৈ ৰূপান্তৰিত কৰিছে কেন্দ্রীয় চৰকাৰে।
- তৃণমূল কংগ্রেছৰ পৰা তিনিটা দল যাব বান পৰিস্থিতি বুজ ল’বলৈ।
ক্লিক কৰি পঢ়কঃ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ…