শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা…

  • ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদমেল।
  • চৰকাৰে আগতীয়াকৈ মথাউৰি মেৰামতিৰ কাম নকৰিলে।
  • এতিয়া বানপানীৰ ফলত ৰাইজ ক্ষতিগ্রস্ত হৈছে।
  • বানাক্রান্তক সাহায্য দিয়াতো ব্যৰ্থ হৈছে বিজেপি চৰকাৰ।
  • কোটি টকা খৰচ কৰি বিজ্ঞাপন দিবলৈ চৰকাৰৰ টকা আছে।
  • বৰ্ষপূৰ্তি পাতিবলৈ টকা আছে, কিন্তু সাহায্য দিবলৈহে টকা নাই।
  • ডিমা হাচাওত আবদ্ধ লোকক উদ্ধাৰৰ বাবে উপযুক্ত ব্যৱস্থা ল’ব পৰা নাই।
  • এজনো কেন্দ্রীয় মন্ত্রী ডিমা হাচাও পৰিদৰ্শন কৰিবলৈ অহা নাই।
  • অসমক এখন ভিক্ষাৰী ৰাজ্যলৈ ৰূপান্তৰিত কৰিছে কেন্দ্রীয় চৰকাৰে।
  • তৃণমূল কংগ্রেছৰ পৰা তিনিটা দল যাব বান পৰিস্থিতি বুজ ল’বলৈ।

ক্লিক কৰি পঢ়কঃ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ…