শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ…

  • প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ।
  • দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবেই তেওঁক বহিষ্কাৰ।
  • অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই বহিষ্কাৰ কৰিলে ডেকাক।
  • নীলমণি সেন ডেকাৰ বহিষ্কাৰে দলটোত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া।
  • কংগ্ৰেছ হাইকামাণ্ডে দল বিৰোধী মন্তব্য কৰা সকলৰ বিৰুদ্ধে তৎকালীন ভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল।
  • শেহতীয়াকৈ কংগ্ৰেছ দলটোৰ একাংশ নেতাই দলৰ মজিয়াৰ বিপৰীতে সংবাদ মাধ্যমত হে দলটোৰ অভিযোগ উত্থাপন কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
  • এক প্ৰকাৰে নিয়ন্ত্ৰণহীন হৈ পৰিছিল কংগ্ৰেছ দলটো।
  • দলক শক্তিশালী কৰাৰ স্বাৰ্থতে ভূপেন বৰাই এইদৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ পাইছে।

ক্লিক কৰি পঢ়কঃ অভিজিৎ অসম এক কাল্পনিক চৰিত্ৰ ! ডাঃ মুকুল হাজৰিকা, আলফা সন্দৰ্ভত অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া