প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ…

প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ…
  • প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ।
  • দলবিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবেই তেওঁক বহিষ্কাৰ।
  • অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই বহিষ্কাৰ কৰিলে ডেকাক।
  • নীলমণি সেন ডেকাৰ বহিষ্কাৰে দলটোত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়া।
  • কংগ্ৰেছ হাইকামাণ্ডে দল বিৰোধী মন্তব্য কৰা সকলৰ বিৰুদ্ধে তৎকালীন ভাৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল।
  • শেহতীয়াকৈ কংগ্ৰেছ দলটোৰ একাংশ নেতাই দলৰ মজিয়াৰ বিপৰীতে সংবাদ মাধ্যমত হে দলটোৰ অভিযোগ উত্থাপন কৰাৰ অভিযোগ উত্থাপিত হৈছিল।
  • এক প্ৰকাৰে নিয়ন্ত্ৰণহীন হৈ পৰিছিল কংগ্ৰেছ দলটো।
  • দলক শক্তিশালী কৰাৰ স্বাৰ্থতে ভূপেন বৰাই এইদৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি প্ৰকাশ পাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in