ৰাজ্যৰ যুৱতী-মহিলাক বহিঃৰাজ্যলৈ সৰবৰাহ ! ডবকাৰ মাষ্টাৰমাইণ্ড আৰক্ষীৰ জালত…

ৰাজ্যৰ যুৱতী-মহিলাক বহিঃৰাজ্যলৈ সৰবৰাহ ! ডবকাৰ মাষ্টাৰমাইণ্ড আৰক্ষীৰ জালত…
  • ডবকা আৰক্ষীৰ জালত পৰিল দেহ ব্যৱসায় চক্ৰৰ মাষ্টাৰমাইণ্ড।
  • ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মাষ্টাৰমাইণ্ড চাবিনা বেগমক।
  • গুৱাহাটীৰ সাতগাঁৱৰ এটা ফ্লেটৰ পৰা গ্রেপ্তাৰ চাবিনাক।
  • চাবিনাৰ বিৰুদ্ধে যুৱতী-মহিলা বহিঃৰাজ্যলৈ সৰবৰাহৰ অভিযোগ।
  • চাবিনা বেগমৰ ডবকাৰ ঘৰৰ পৰা জব্দ ২৫খনকৈ পাছপৰ্ট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in