শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

শিৱসাগৰত হাতীৰ আক্ৰমণত নিহত এজনঃ ৩ দিনে আছিল সন্ধানহীন…

  • শিৱসাগৰ দিখৌমুখত বনৰীয়া হাতীৰ তাণ্ডৱ।
  • বনৰীয়া হাতীৰ আক্রমণত নিহত এজন।
  • দিখৌমুখ ব্রহ্মপুত্রৰ মাজৰ বগৰী চাপৰিত এই ঘটনা।
  • মৃত ব্যক্তিজন দিখৌমুখৰ দেওঘৰীয়াৰ সঞ্জীৱ কলিতা।
  • তিনিদিন ধৰি সন্ধানহীন হৈ আছিল সঞ্জীৱ কলিতা।
  • ৰাইজৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো।

ক্লিক কৰি পঢ়কঃ শনিবাৰে শনি লাগিল ৰাজ্যত ! পুৱাৰে পৰা আহিছে কেৱল মৃতদেহ উদ্ধাৰৰ খবৰ…