শিৱসাগৰত হাতীৰ আক্ৰমণত নিহত এজনঃ ৩ দিনে আছিল সন্ধানহীন…

শিৱসাগৰত হাতীৰ আক্ৰমণত নিহত এজনঃ ৩ দিনে আছিল সন্ধানহীন…
  • শিৱসাগৰ দিখৌমুখত বনৰীয়া হাতীৰ তাণ্ডৱ।
  • বনৰীয়া হাতীৰ আক্রমণত নিহত এজন।
  • দিখৌমুখ ব্রহ্মপুত্রৰ মাজৰ বগৰী চাপৰিত এই ঘটনা।
  • মৃত ব্যক্তিজন দিখৌমুখৰ দেওঘৰীয়াৰ সঞ্জীৱ কলিতা।
  • তিনিদিন ধৰি সন্ধানহীন হৈ আছিল সঞ্জীৱ কলিতা।
  • ৰাইজৰ সহযোগত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in