/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/33988359-1934-43ec-9af6-b5cdcf7f06e3/tr.jpg)
-
দক্ষিণ ত্ৰিপুৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত হিংসাত্মক ঘটনা।
-
এজন চিপিআইএম ৰ কৰ্মীক প্ৰহাৰ কৰিছে একাংশ লোকে।
-
চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহত জনক।
-
পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত নিৰাপত্তাৰক্ষী মোতায়ন।
-
আৰক্ষীয়ে দোষীক উপযুক্ত শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াত পৰিস্থিতি শান্ত।
-
চিপিআইএমৰ অভিযোগ তেওঁলোকৰ সমৰ্থক জনক বিজেপিৰ সমৰ্থকে প্ৰহাৰ কৰিছে।
-
ধনপুৰ সমষ্টিতো মাৰপিটৰ ঘটনা সংঘটিত হৈছে।
-
দক্ষিণ ত্ৰিপুৰাত ৫ টা ভোট গ্ৰহণ কেন্দ্ৰত বিজেপিয়ে ৰিগিং কৰাৰ অভিযোগ চিপিআই এমৰ।
-
প্ৰশাসনে অস্বীকাৰ কৰিছে অভিযোগ।