মণিপুৰত বুজন পৰিমাণৰ অস্ত্র-শস্ত্র জব্দ

মণিপুৰত বুজন পৰিমাণৰ অস্ত্র-শস্ত্র জব্দ

author-image
Asomiya Pratidin
New Update
মণিপুৰত বুজন পৰিমাণৰ অস্ত্র-শস্ত্র জব্দ

  • মণিপুৰৰ চূড়াচান্দপুৰত বুজন পৰিমাণৰ অস্ত্র-শস্ত্র জব্দ

  • চূড়াচান্দপুৰৰ বিষ্ণুপুৰৰ পৰা জব্দ অস্ত্র-শস্ত্রখিনি

  • জব্দ এটা MP5, মেচিনগান এটা, ৩৮.৮ কন্দুৱা গেছ গান এটা

  • এটা হস্ত নিৰ্মিত মৰ্টাৰ আৰু ৭জাঁই সক্রিয় গুলী জব্দ

  • থৌবালৰ পৰা জব্দ এটা ৭.৬২ SLR, ৫টা মেগজিন, ৩টা মৰ্টাৰ