/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/cb36a4fb-028a-4b45-930c-b5751b2eb3cf/269.jpg)
ডিজিটেল সংবাদ,ইম্ফল : মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলৰ কেতবোৰ অঞ্চলত নিৰাপত্তাৰক্ষীয়ে উদ্বাৰ কৰিছে অস্ত্ৰ-শস্ত্ৰসহ বহু আপত্তিজনক সামগ্ৰী। জানিব পৰামতে ইম্ফল পূব,ইম্ফল পশ্চিম, কাকচিং আৰু থৌবাল জিলাৰ প্ৰান্তীয় আৰু দুৰ্গম অঞ্চলত নিৰাপত্তা বাহিনীয়ে অনুসন্ধান অভিযান চলায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/5ca24e30-5595-4c6f-bae3-e1ee1939b53b/7645b9f8_85cd_4a99_9055_e342ec76fe2b.jpg)
এই অভিযানত ১১ বিধ মৰাণাস্ত্ৰ, ২০ গোলা-বাৰুদ, ২ কিলোগ্ৰাম গান পাউডাৰ,হেণ্ড গ্ৰেনেড, ২ ৰেডিঅ' ছেট আদিকে ধৰি বহুতো আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হয়।
Also Read: চিচিবৰগাঁৱত অমৃত কলহ যাত্ৰাৰ সমাপন কাৰ্যসূচীত বিশাল সমদল