/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
মৰিয়নিৰ নাগালেণ্ড পথত ভয়ংকৰ দুৰ্ঘটনাঃ ২০০ ফুট তলত পৰিল বাহন, ১০ জনৰ মৃত্যু...
নাগালেণ্ডত ভয়ংকৰ পথ দুৰ্ঘটনা।
ট্রাক আৰু টাটা চুমৰ মাজত মুখামুখী সংঘৰ্ষ।
দুৰ্ঘটনাত টাটা চুমখনৰ ১০গৰাকী যাত্রী থিতাতে নিহত হোৱাৰ খবৰ।
প্রায় ২০০ ফুট তলত বাগৰি পৰে দুয়োখন বাহন।
প্রৱল বৃষ্টিপাতৰ ফলত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা।
নাগালেণ্ডৰ জোনোপোটৰ পৰা আগ্নাটোলৈ যোৱাৰ পথত সংঘটিত এই দুৰ্ঘটনা।
মৰিয়নিৰ নাগালেণ্ড পথত সংঘটিত এই দুৰ্ঘটনা।
মালবাহী ট্রাকখনৰ চালক আৰু হেণ্ডিমেনৰ অৱস্থা সংকটজনক।
Also Read: ভয়ংকৰ অভিযোগঃ সংবিধানৰ পৰা হেৰাল সমাজবাদ, ধৰ্মনিৰপেক্ষ শব্দ !