নাগালেণ্ডত কাইলৈ পুনৰ হ'ব ভোট গ্ৰহণ...

নাগালেণ্ডৰ চাৰিটা ভোটকেন্দ্রত পুনৰ হ’ব ভোটগ্রহণ। বুধবাৰে পুৱা ৭ বজাৰ পৰা পুনৰ হ’ব ভোটগ্রহণ।

author-image
Asomiya Pratidin
New Update
নাগালেণ্ডত কাইলৈ পুনৰ হ'ব ভোট গ্ৰহণ...

প্ৰতীকি ফটো

  • নাগালেণ্ডৰ চাৰিটা ভোটকেন্দ্রত পুনৰ হ’ব ভোটগ্রহণ।

  • বুধবাৰে পুৱা ৭ বজাৰ পৰা পুনৰ হ’ব ভোটগ্রহণ।

  • কেন্দ্রকেইটা হৈছে ৩৫- জুনহেবোটো ৯- নিউ কলনি, ৩৯- ছেনিছ ৯- পংটি ভি, ৪১- টিজিট, ৭-জবোকা গাঁও ৫৭- থোনোকন্যু ৩- পাঠছু পূব ৱইং।

  • নিৰ্বাচনৰ দিনা বিভিন্ন অঞ্চলত হৈছিল হিংসাত্মক ঘটনা।

  • একাংশই ভাগি দিছিল ইভিএম মেছিন।

  • এইবোৰৰ পৰিপ্ৰেক্ষিততেই পুনৰ হ'ব ভোটগ্ৰহণ।

election nagaland