নাগালেণ্ডত এন ডি পি পি প্ৰাৰ্থীৰ অগ্ৰগতি

নাগালেণ্ডত এন ডি পি পি প্ৰাৰ্থীৰ অগ্ৰগতি

author-image
asomiyapratidin
New Update
লক্ষ্ণৌত বিজেপি প্ৰাৰ্থী ৰাজনাথ সিঙৰ কি অৱস্থা…

  • নাগালেণ্ডত এন ডি পি পি প্ৰাৰ্থীৰ অগ্ৰগতি।
  • তখেও য়েপথমিয়ে লাভ কৰিছে ১,৫০,৪৯৯ টা ভোট।
  • আনহাতে কংগ্ৰেছ প্ৰাৰ্থী কে এল চিথিয়ে লাভ কৰিছে ১,২৪,৩০৫ টা ভোট।
  • নটা ভোটৰ সংখ্যা হৈছে ৫৮২টা।