বিজেপি-এনডিপিপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা
বিজেপি-এনডিপিপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

বিজেপি-এনডিপিপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা.

ডিজিটেল সংবাদ, ৱাখাঃ নেচনেল ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (এন ডি পি পি)ৰ দলে ২০২৩ চনৰ নাগালেণ্ড বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ বাবে আনুষ্ঠানিকভাৱে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। টিকট লাভ কৰা এন ডি পি পিৰ প্ৰাৰ্থীসকল হৈছে ১ নং ডিমাপুৰ সমষ্টিৰ মোলাটাছি লংকুমাৰ, ডিমাপুৰ-দ্বিতীয় হেকানিজাখালু, ডিমাপুৰ-তৃতীয় ঝালেও ৰিঅ' , ঘস্পানি-দ্বিতীয় টাৰি জেলিয়াং টেনিং ,টি আৰ জেলিয়াং পেৰেন , ছালহৌটুওনুও ক্ৰুজ পশ্চিম আংগামী,ডাঃ নেইকিছালি নিকি কিৰে ক'হিমা টাউন সমষ্টি।

লগতে ডাঃ কেখৰিয়েলহৌলিয়েহোম উত্তৰ আংগামী-প্ৰথম , নেইফিউ ৰিঅ' উত্তৰ আংগামী-দ্বিতীয়, আৰ খিং চেমিন্যু,বিখেহোস্বু পুঘোবোটো,মেডোযোখা দক্ষিণ আংগামী-প্ৰথম, নেইবাক্ৰনু ফুট্চেৰো,কে জি কেনিয়ে চিজামি,কুডেচোখামো চোজুবা , কুপোটাখেছোহ ফেক,জেদ নিউছিথনিউথে মেলুৰী,ইমনাতিবা আৰ্কাকং,টি এন মানেন ইম্পুৰ ।

টংপাং অজুকুম এংগেটয়ংপা ইমকংমাৰ মংগোয়া শ্বেয়াৰিংগেইনলং কুমাৰ অংলেণ্ডেন মেটছুবো জামিৰ মোকককচাঙ টাউন,টেমজেনমেনবা জাংপেটকং,পুখয়ী ছুমী অঘুনাটো, কে টি ছুখালু ঝুনহবটো,জি কাইটো আয়ে ছটক , ম্হাথুংযন্তন ছাইনিছ , ডব্লিউ চিংগাং কন্যাক ৱাকচিং,নোকেৱাংনাও টাপি,চি এল জন টেহোক ,এছক কন্যাক আবুই সমষ্টি,ই ই পাংটেয়াং মোকা,বি এছ ঙানলাং ফম তামলু , এইচ ছুবা চাং নোকচেন , কে ওডিবেণ্ডাং চাং টুয়েনছাংসদৰ-দ্বিতীয়, এন বংখাও কন্যাক টাবু ,এছ হেনোখিয়ামনিউংগন থনোকন্যু , এছ কেওছুইমচুংগাৰ শ্বেমেটৰ, খালেনমেউইমচুংগাৰ পুংগ্ৰো সমষ্টি ।

আনহাতে নাগালেণ্ডৰ বিধানসভাৰ ২০২৩ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে বিজেপিয়ে তেওঁলোকৰ ২০ জনীয়া প্ৰাৰ্থীৰ তালিকা কিছু সময় পূৰ্বে ঘোষণা কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in