নগালেণ্ডত পুৱা ৯ বজালৈ ২১ শতাংশ ভোটদান…

নগালেণ্ডত পুৱা ৯ বজালৈ ২১ শতাংশ ভোটদান…

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

  • নগালেণ্ডত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
  • পুৱা ৯ বজালৈকে ২১ শতাংশ ভোটাৰে সাব্যস্ত কৰিছে ভোটাধিকাৰ।
  • পুৱা ভোটগ্ৰহণ কেন্দ্ৰৰ সমুখত আছিল যথেষ্ট ভিৰ।
  • ৰাজ্যখনৰ এখন লোকসভা আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।