/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/06/big-news-face-750x430-1-1.jpg)
মিজোৰামৰ ভাৰত–ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ অভিযান
অভিযানত বুজন পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ
উদ্ধাৰ ১০০ডাল জিলেটিন, ১০০টা ডিটনেটৰ
AK 47 ৰাইফলছৰ ১৫০ জাঁই গুলী উদ্ধাৰ
লগতে উদ্ধাৰ ১০ মিটাৰ ৱাৰ আৰু ১০টা বেটাৰী
দুটা পৰিত্যক্ত বেগৰ পৰা উদ্ধাৰ সামগ্রীখিনি।
Also Read: সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা-সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী