New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/670e7621-d3ba-4466-8600-c27a5480397a/download.jpg)
মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাত গুলীয়াগুলি।
টিক্ৰিকিল্লা এলেকাত আৰক্ষী-অপহৰণকাৰীৰ গুলীয়াগুলী।
এই গুলয়াগুলীত নিহত দুই অপহনকাৰী।
উদ্ধাৰ দুই অপহৃত ব্যক্তি।
নিহত অপহৰণকাৰী দুটাক বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই।
উদ্ধাৰ হৈছে ১ টা এ কে ৪৭,১ টা ৯ এম এম পিষ্টল, ৩২ সজীৱ আৰ ডি এছ আৰু ৩৩ টা খালী আৰ ডি এছ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us