মণিপুৰ হিংসাত্মক ঘটনাৰ তদন্ত কৰিবলৈ প্ৰাঃ মুখ্য ন্যায়াধীশৰ অধ্যক্ষতাত ৩ জনীয়া আয়োগ গঠন

মণিপুৰ হিংসাত্মক ঘটনাৰ তদন্ত কৰিবলৈ প্ৰাঃ মুখ্য ন্যায়াধীশৰ অধ্যক্ষতাত ৩ জনীয়া আয়োগ গঠন

author-image
Asomiya Pratidin
New Update
অশান্ত মণিপুৰত সেনা-কুকি উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীত নিহত ৩

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ মণিপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত তদন্তৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। ৩ জনীয়া সদস্যৰে গঠিত উচ্চ পৰ্যায়ৰ আয়োগে কৰিব এই তদন্ত।

Advertisment

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্য়ায়াধীশ অজয় লাম্বাৰ অধ্যক্ষতাত গঠন কৰা হৈছে এই আয়োগ। ৬মাহৰ ভিতৰত দাখিল কৰিব মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত তেওঁলোকৰ তদন্তৰ প্ৰতিবেদন।

চুবুৰীয়া ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাত ৯৮ জন লোকৰ মৃত্যু আৰু ৩৫.০০০ লোক গৃহহাৰা হৈছিল।

Also Read: আজিৰ ৰে'ল মন্ত্ৰীয়ে নৈতিক দায়িত্ব স্বীকাৰ নকৰিলেও শাস্ত্ৰীয়ে দেখুৱাইছিল নিদৰ্শন

manipur