/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/55862917-3ada-42dc-94a5-f2f8f9af693b/2.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ মণিপুৰৰ নিৰাপত্তা বাহিনীয়ে উপত্যকাৰ উগ্ৰপন্থী সংগঠন কাংগলেইপাক কমিউনিষ্ট পাৰ্টি (নয়ন গ্ৰুপ)ৰ এজন সক্ৰিয় সদস্যক ৰাজহুৱা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বিপুল পৰিমাণৰ ধন আদায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।
শনিবাৰে মণিপুৰ আৰক্ষীয়ে ইম্ফল-পশ্চিম জিলাৰ পৰা কেচিপি(নয়ন গোট)ৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰি ৩টা মোবাইল হেণ্ডছেট উদ্ধাৰ কৰে। উল্লেখ্য যে, গ্ৰেপ্তাৰ হোৱা কেডাৰজন সাধাৰণ জনতাৰ পৰা বিপুল পৰিমাণৰ ধন দাবীত জড়িত আছিল।
Also Read: অজয় দত্তৰ মৃত্যুৰ ন্যায়ৰ দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ