উত্তৰ-পূব মুখ্য-পৃষ্ঠা মণিপুৰত বিজেপিৰ অগ্ৰগতি, পিছ পৰি ৰৈছে কংগ্ৰেছ… মণিপুৰত বিজেপিৰ অগ্ৰগতি, পিছ পৰি ৰৈছে কংগ্ৰেছ… asomiyapratidin 10 Mar 2022 09:46 IST Follow UsNew Updateবৃহস্পতিবাৰে ৫ ৰাজ্যৰ ভোটগণনা।বৰ্তমান সময়লৈকে মণিপুৰত বিজেপিৰ অগ্ৰগতি।পিচত পৰি ৰৈছে কংগ্ৰেছ।১৮ টা সমষ্টিত বিজেপিৰ অগ্ৰগতি।১টা সমষ্টিত আগবাঢ়ি আছে কংগ্ৰেছ।বৰ্তমান পৰ্যন্ত অন্য দলে ভাল ফল দেখুৱাব পৰা নাই। manipur assembly electionআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক