New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-5.jpg)
- মণিপুৰৰ ন'নে জিলাত ভয়ংকৰ ভূমিস্খলন।
- ভূমিস্খলনত এই পর্যন্ত কমেও ৬ জনৰ মৃত্যু।
- বোকাত পোত খাই গৈছে এখন নদী।
- এতিয়াও আবদ্ধ হৈ আছে বহু লোক।
- সেনাৰ সহযোগত প্রশাসনৰ উদ্ধাৰ অভিযান অব্যাহত।
- ২০গৰাকীতকৈ অধিক লোকক নিৰাপদে উদ্ধাৰ।
0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup