কোন হ’ব মণিপুৰৰ মুখ্যমন্ত্ৰী?

কোন হ’ব মণিপুৰৰ মুখ্যমন্ত্ৰী?

author-image
asomiyapratidin
New Update
মাজুলীত বিজেপি প্ৰাৰ্থী ভূৱন গামৰ অগ্ৰগতি

প্ৰতীকি ফটো

ডিজিটেল ডেস্ক: মণিপুৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰাৰ পাছতেই মুখ্যমন্ত্ৰী পদৰ বাবে বিভিন্ন চৰ্চা অব্যাহত আছে।

ইয়াৰ মাজতে বিজেপিয়ে কয় যে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙেই হৈ থাকিব। কোনো নতুন লোকক দায়িত্ব দিয়াৰ সলনি আগৰ মুখ্যমন্ত্ৰী গৰাকীকে প্ৰদান কৰা হ'ব নতুন দায়িত্ব।

উল্লেখ্য যে, শেহতীয়াকৈ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ৪ খনত বিজেপিয়ে জয়লাভ কৰাৰ পাছতেই এই ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰী কোন হব তাক লৈ চৰ্চা অব্যাহত আছিল।

মণিপুৰত ২৮ ফেব্ৰুৱাৰী আৰু ৫ মাৰ্চত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন।বিজেপিয়ে মণিপুৰত ৩২ খন আসন লাভ কৰিবলৈ সক্ষম হয়।

manipur bjp