মণিপুৰত পুনৰ ভয়কৰ ভূমিস্খলনঃ প্ৰাণ গ'ল কেইবাজনো শ্ৰমিকৰ...

মণিপুৰত পুনৰ ভয়কৰ ভূমিস্খলনঃ প্ৰাণ গ'ল কেইবাজনো শ্ৰমিকৰ...

author-image
Asomiya Pratidin
New Update
তিনিচুকীয়াত চাঞ্চল্যঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীক !

মণিপুৰত পুনৰ ভয়কৰ ভূমিস্খলনঃ প্ৰাণ গ'ল কেইবাজনো শ্ৰমিকৰ...

ডিজিটেল ডেস্কঃ পুনৰ মণিপুৰত সংঘটিত হৈছে এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এই ভূমিস্খলনত মৃত্যু হৈছে কেইবাজনো শ্ৰমিকৰ।

Advertisment

জানিব পৰা মতে মণিপুৰৰ খাউজাউলত সংঘটিত হৈছে এই ভূমিস্খলন। খাউজাউলত ঘাইপথত সংঘটিত হৈছে এই ঘটনা।

Also Read: সৰস্বতী পূজাৰ নিশা ভয়ংকৰ ঘটনা ! ১০ যুৱকে ধৰ্ষণ কৰি ৰাজপথত পেলাই থৈ গ'ল যুৱতীক...

ফলত এই পৰ্যন্ত নিহত হৈছে মুঠ ৩ জন শ্ৰমিকৰ। নিহত তিনিওজন শ্ৰমিকেই জড়িত আছিল ঘাইপথ নিৰ্মাণৰ কামত।

নিহত শ্ৰমিক কেইজনক ৰতন মণ্ডল, অলক মণ্ডল আৰু প্রেম কুমাৰ মণ্ডল বুলি চিনাক্ত কৰা হৈছে। নিহত আটাই কেইজন শ্ৰমিকৰ ঘৰ পশ্চিমবংগত।

ভূমিস্খলন মণিপুৰ