উত্তৰ-পূব নিৰ্বাচন-২০১৯ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ভোটদান, ছিকিমৰ মুখ্যমন্ত্ৰী পৱন চামলিঙৰো সাব্যস্ত ভোটাধিকাৰ… মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ভোটদান, ছিকিমৰ মুখ্যমন্ত্ৰী পৱন চামলিঙৰো সাব্যস্ত ভোটাধিকাৰ… asomiyapratidin 11 Apr 2019 11:41 IST Follow UsNew Updateমেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ভোটদান।পশ্চিম গাৰো পাহাৰ জিলাৰ ৱালবাগৰে ভোটকেন্দ্ৰত শাৰী পাতি ভোটদান কৰিলে চাংমাই।ছিকিমৰ মুখ্যমন্ত্ৰী পৱন চামলিঙৰ ভোটদান।নামচিত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে চামলিঙে।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক