New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/99814122-e2f7-4461-a53b-76853fb93aa2/jawan.jpg)
ৱাংনিয়াম বছাই
অৰুণাচলৰ খুনছাত ভয়ংকৰ ঘটনা।
জেলৰ পৰা পলায়ন দুই দুৰ্ধৰ্ষ উগ্রপন্থী।
NSCNৰ কেডাৰে গুলীয়াই হত্যা কৰিলে IRBN জোৱানক।
জেলৰ নিৰাপত্তাৰ দায়িত্বত আছিল জোৱানজন।
উগ্রপন্থী সদস্যৰ গুলীত নিহত জোৱানজন ৱাংনিয়াম বছাই।
এটা এ কে ৪৭ ৰাইফলো কাঢ়ি নিয়ে উগ্রপন্থীদ্বয়ে।
পলায়ন কৰা উগ্রপন্থী দুটা NSCN(K)ৰ ৰকছন হোমছা আৰু টিপটু কিটন্যা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us