/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/6caee239-ca87-4013-b2f5-1fa341a89e4a/167.jpg)
-
ত্ৰিপুৰাত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ।
-
উত্তৰ ত্ৰিপুৰা জিলাৰ পুৰণা ৰাজবাৰী থানাৰ অন্তৰ্গত বাৰদজ লেক এলেকাৰ পৰা জব্দ ১ কুইন্টল ১৮ কেজি গাঞ্জা।
-
গোপন তথ্যৰ ভিত্তিত পি আৰ বাৰী থানাৰ আৰক্ষীয়ে শুকুৰবাৰে দুপৰীয়া বাৰদজ লেক এলেকাত অভিযান চলায়।
-
অভিযানকালত শতাধিক গাঞ্জাৰ পেকেট জব্দ কৰে।
-
পেকেট কেইটাৰ পৰা মুঠ ১১৮ কেজি গাঞ্জা জব্দ।
-
অৱশ্যে উক্ত অভিযানত কোনো লোকক আটক কৰিব পৰা নাই আৰক্ষীয়ে।
-
জব্দকৃত গাঞ্জাখিনি থানালৈ আনি চি আৰ পি চিৰ ১০২ ধাৰাত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ আৰক্ষীৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/a308fa54-1304-4da1-8e9f-cc70ee570703/6e5b6f1a_2fcf_4e23_95aa_7cb4122d3e9f.jpg)
Also Read: বিজুলী কলিতা মেধিৰ সমৰ্থনত মন্ত্ৰী অজন্তা নেওগৰ প্ৰচাৰ