New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/885a03c9-4ba9-4568-9662-44a95965105e/111.jpg)
মিজোৰামৰ চাম্পাইত বৃহৎ জাল নোট চক্র উৎখাত
চম্পাই আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ জাল নোট
চম্পাইৰ জটলাঙৰ পৰা জব্দ ৮,৫২,৫০০ টকাৰ জাল নোট
জাল নোটসহ ৬জন লোকক গ্রেপ্তাৰ
ধৃত লাল্টলানজোভা, লালুননজাউভা, লালহৃয়াট পুইয়া
ধৃত লালথাং মাওইয়া, ৰোছাং জুৱাল আৰু লালবিয়াক্ট লুৱাংগা