উত্তৰ-পূব নিৰ্বাচন-২০১৯ এক্সিট প’লৰ ফলাফলঃ অৰুণাচলত শূণ্য হ’ব কংগ্ৰেছ… এক্সিট প’লৰ ফলাফলঃ অৰুণাচলত শূণ্য হ’ব কংগ্ৰেছ… asomiyapratidin 19 May 2019 20:36 IST Follow UsNew Updateএক্সিট প'লৰ ফলাফলত অৰুণাচল প্ৰদেশত শূণ্য হ'ব কংগ্ৰেছ।২ খন আসনৰ ভিতৰত ২ খন আসনেই পাব বিজেপিয়ে।টাইমছ নাওৰ লগতে কেইবাটাও সংস্থাই প্ৰকাশ কৰিছে এই এক্সিট প'ল।শাসকীয় বিজেপিক দিছে ৩০০ ৰো অধিক আসন।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক